Rabin Das's Album: Wall Photos

Photo 13 of 30 in Wall Photos

মানুহজন ইমানেই অসুস্থ যে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰো ভালকৈ দিব পৰা নাছিল, তথাপিটো চিঞৰি ক'ৱ নেৰিলে কৈ গ'ল "জয় আই অসম"
মানবিয়তাৰ খাতিৰত অখিল গগৈৰ সুস্বাস্থ কামনা কৰিছো !
কামনা কৰিছো যে #সাত_সত্ৰুৰ লগতে #কোনেও যেন এই বিষাক্ত মহামাৰি ভাইৰাছৰ কৱলত নপৰক
হৰ হৰ মহাদেৱ