Avinash Dutta's Album: Wall Photos

Photo 1 of 2 in Wall Photos

#চীনৰ_সৈতে_সৰুকৈ_এখন_যুদ্ধ_বিচাৰোঁ -

২০১৪ চনত সমগ্ৰ ভাৰতবৰ্ষত এখন যুদ্ধ হৈছিল উন্নয়নৰ মন্ত্ৰৰ লগতে #হিন্দু_ৰাষ্ট্ৰীয়তাক প্ৰাধান্য দি । নিৰ্বাচনী যুদ্ধ । হিন্দু, হিন্দুত্ব আৰু ৰাষ্ট্ৰ বিৰোধীৰ সকলো ষড়যন্ত্ৰ নিষ্ফল কৰি সেই যুদ্ধত মোদী জীৰ নেতৃত্বত #ভাৰতীয়_জনতা_পাৰ্টীয়ে বিজয় নিচান উৰুৱাবলৈ সক্ষম হৈছিল । সেই যুদ্ধ জয়ৰ অবিস্মৰণীয় ফলস্বৰূপেই -

১) ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে #লাভ_জেহাদ, #লেণ্ড_জেহাদৰ দৰে সন্তৰ্পে চলাই থকা স্পৰ্শকাতৰ এজেণ্ডাবোৰৰ আঁৰত লুকাই থকা মুখাৰ ভিতৰৰ মুখবোৰ দেশবাসীৰ দৃষ্টিগোচৰ হ'ল ।

২) সমগ্ৰ বিশ্বলৈ সৰ্বে ভৱন্তু সুখীনঃ ৰ বাৰ্তা প্ৰেৰণ কৰা #হিন্দুক গেৰুৱা সন্ত্ৰাসবাদ, ভগৱা আতঙ্কবাদৰ নামত হেয় প্ৰতিপন্ন কৰিবলৈ চলোৱা ষড়যন্ত্ৰৰ আঁৰৰ মুখবোৰ উন্মোচিত হ'ল ।

৩) JNU, জামিয়া মিলিয়া, যোধপুৰ আদি দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানত চলাই থকা #দেশ_বিৰোধী কাৰ্য্যকলাপত সাৰ পানী যোগাই থকা ঘৰ শত্ৰুবোৰৰ সন্দৰ্ভত দেশবাসী জ্ঞাত হ'ল ।

৪) NGO ৰ নামত লাভ কৰা বৃহত বিদেশী পুজিৰ অধিকাংশকে #পন্থ_পৰিবৰ্তনৰ পৰা আৰম্ভ কৰি দেশৰ সংস্কৃতিক বিপদাপন্ন কৰিব পৰা কাৰ্য্যত নিয়োজিত কৰা দেশদ্ৰোহীবোৰৰ সত্য উদঘাটন হ'ল ।

৫) তথাকথিত ৰাজনীতিৰ নামত ৰাজনৈতিক দল বিলাকে সম্প্ৰদায় বিশেষক ইমানদিনে কৰি অহা #তুষ্টিকৰণ আৰু সেই তুষ্টিকৰণৰ সুবাদতে স্বাধীনোত্তৰ কালতো #শিক্ষাৰ নামত চলাই থকা #মোগল_গাঁঠাৰ ভয়ঙ্কৰ ছবিখন সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ উজ্জ্বল হ'ল । স্কুল পৰ্য্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যন্ত আমি কি পঢ়ি আছো, আমাক কি পঢ়ুৱাই আছে - সকলোৱে ভাবি চাবলৈ বাধ্য হ'ল ।

৬) ৰাষ্ট্ৰীয়তাৰ প্ৰশ্নত বলীউড দুটা শিবিৰত বিভক্ত হ'ল । শিক্ষাখণ্ডৰ দৰেই তথাকথিত চেকুলাৰ মানসিকতাৰৰ আঁৰত লুকাই থকা #সাংস্কৃতিক_জেহাদীৰ আচল স্বৰূপ ফাদিল হ'ল । কোটি কোটি হিন্দুৰ আস্থাক বাৰে বাৰে উপহাস কৰিবলৈ খান গেঙৰ ছত্ৰছায়াত ড্ৰাগছ মাফিয়া, ইছলামিক সন্ত্ৰাসবাদীৰ ক'লা টকাৰে নিৰ্মিত চিনেমাৰ আচল উদ্দেশ্য উন্মোচিত হ'ব ধৰিলে । খান গেঙক অৱমাননা কৰা জনৰ কি দশা হ'ব পাৰে শেহতীয়াকৈ #সুশান্ত_সিং_ৰাজপুতৰ আত্মহত্যা তাৰে এক সৰু উদাহৰণ । তথাপিও 2014 চনৰ পাছত ৰাষ্ট্ৰভক্ত কলাকাৰ, শিল্পীসকলে বলীউডৰ ক'লা অধ্যায়ক কেমেৰাৰ সন্মুখত #সমালোচনা কৰিব পৰা এটা পৰিৱেশ ৰচনা হ'ল ।

৭) পাকিস্তানক সিহঁতৰ ভাষাতে প্ৰথমে #চাৰ্জিকেল_ষ্ট্ৰাইক আৰু তাৰপাছত #এয়াৰ_ষ্ট্ৰাইকেৰে প্ৰত্যাক্ৰমণ কৰি কথা আৰু কৰ্মৰ সামঞ্জস্যৰে ভাৰতীয় সেনাৰ পৰাক্ৰম দেখুওৱা হ'ল । কেৱল সিমানেই নহয়, ভাৰতত থাকি পাকিস্তানৰ ৰাগ তনা, ভাৰতীয় সেনাৰ বাহাদুৰীতাৰ ওপৰত প্ৰশ্ন তুলি প্ৰমাণ বিচৰা বহু ৰাজনৈতিক, অৰাজনৈতিক দল সংগঠনৰ ধুৰন্ধৰ নেতাৰ নগ্ন ৰূপ প্ৰথমবাৰলৈ জনমানসত উদ্ভাসিত হ'ল ।

৮) ২০১৪ চনৰ যুদ্ধ জয়ৰ আটাইতকৈ সুদূৰপ্ৰসাৰী ফলাফলটো আছিল - ওপৰত উল্লেখ কৰা আটাইবোৰ ঘটনাক পৰোক্ষভাৱে, পাছফালৰ পৰা #সমৰ্থন দি দেশত এক কৃত্ৰিম অৰাজকতাৰ সূচনা কৰা ব্যক্তিসমূহৰ চিনাক্তকৰণ । জনমানসত গুণী জ্ঞানী বুলি সততে পৰিচিত হৈ সমাজৰ আগস্থান দখল কৰি অহা এইচাম ব্যক্তিৰ আচল অভ্ৰিপ্ৰায় মোদী জী প্ৰধানমন্ত্ৰী হোৱাৰ আগলৈকে কোনেও তলকিবই পৰা নাছিল । শিক্ষাখণ্ডৰ পৰা সাংস্কৃতিক জগতলৈকে, সাহিত্যচৰ্চা, সংগীতচৰ্চা, বুদ্ধিজীৱি, পত্ৰকাৰ, ইতিহাসবিদৰ পৰা সমাজকৰ্মী, মানব অধিকাৰ কৰ্মীলৈকে বিভিন্ন ৰূপে অৱতাৰ লৈ এইচাম মোগলৰ বংশধৰ, নমক হাৰাম, পাকিস্তান পৰস্ত, দেশদ্ৰোহীয়ে সান্দহ খোৱা বালি তল যোৱাৰ উপক্ৰম হোৱাত কেতিয়াবা #অসহিষ্ণুতাৰ নাটক কৰি, কেতিয়াবা #বটা_বাহন ঘূৰাই দি, কেতিয়াবা মুকলিকৈ পাকিস্তান সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদীক সমৰ্থন কৰি, ভাৰতীয় সভ্যতা সংস্কৃতি, আস্থা, বিস্বাস, ইতিহাসক #ইতিকিং আৰু #বিকৃতি কৰি চৰকাৰক সমালোচনা কৰাৰ আঁৰৰ আচল সত্য দেশবাসীৰ ওচৰত বৰ চকুত লগাকৈ ধৰা পৰিল ।

৯) ২০১৯ চনত মোদী জীৰ নেতৃত্বত পুনৰ ৰাষ্ট্ৰীয়তা ভাৱাপন্ন শক্তিটোৰ অনায়াস জয়লাভৰ পাছত কাশ্মীৰৰ পৰা ধাৰা ৩৭০ আঁতৰ কৰা, ইছলামিক সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন কৰা, CAA অনুমোদন কৰা আদি বিষয়ত বিৰোধৰ নামত অৰাজকতাৰ সৃষ্টিৰে দেশক #ধ্বংসস্তুপত পৰিণত কৰা ভণ্ড দালালবোৰৰ চৰিত্ৰ উদং হৈ পৰিল । দেশৰ ভিতৰতে কিমান দেশদ্ৰোহীক আমি পুহি ৰাখিছো ইয়াৰ আগলৈকে গমেই পোৱা নাছিলো । পূৰ্বতে চৰকাৰী ছত্ৰছায়াত #আলোচনা_মধ্যস্থতাৰ নামত চৰকাৰী ধনৰ শৰাধ পাতি লাহ বিলাহেৰে জীৱন যাপন কৰা এইবোৰ যে একো একোটা দেশদ্ৰোহী এতিয়া দেশবাসীয়ে জনা হ'ল ।

সেয়েহে #চীনৰ_সৈতে সৰুকৈ হ'লেও এখন #যুদ্ধ হোৱাতো বিচাৰোঁ । দেশৰে খাই দেশমাতৃৰ বুকুতে লাঠ মাৰিবলৈ কুন্ঠাবোধ নকৰা এনে ঘৰ বিভীষণ আৰু কিমান আমাৰ মাজতে লুকাই আছে পুনৰ পৰিস্ফুট হ'ব । সকলোৱে চিনি পাব । জনতাই #চীনৰ_বস্তু বহিষ্কাৰ কৰাৰ দৰে #ইহঁতকো বহিষ্কাৰ কৰিবলৈ সুবিধা পাব । আশাকৰো মোদী জীয়ে সিহঁতৰ গাঁতত #গৰম_পানী ঢালি পুনৰ আমাক সেই সুবিধা কৰি দিব ।।