GAUTAM CHAKRABARTY's Album: Wall Photos

Photo 2 of 3 in Wall Photos

"মোৰ কবিতাৰ ছন্দ লাগে স্পন্দন তোৰ জাগেনে?
কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে?"

অসমীয়া কলা-সংস্কৃতি তথা জাতীয় জীৱনৰ কাণ্ডাৰী স্বৰূপ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱক তেখেতৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো।