Prakash sharma's Album: Wall Photos

Photo 6 of 24 in Wall Photos

ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সকলোকে শুভেচ্ছা জনাইছোঁ।

এই সংকটকালত শৰীৰ আৰু মনৰ আধ্যাত্মিক সংযোগৰ বাবে যোগাভ‍্যাস হ'ল এক শক্তিশালী উপশমৰ মাধ্যম। বিশ্বজোৰা এই কল্যাণকামী প্ৰচেষ্টাৰ আমি সকলোৱে অংশীদাৰ হওঁ আহক।

#InternationalYogaDay