Prakash sharma's Album: Wall Photos

Photo 14 of 24 in Wall Photos

এইয়া প্ৰকৃত চৰিত্ৰ
বাইদেউ হঁতে নতুন দল খুলিলেই !!! এতিয়া বাইদেউৱে কৈ আছে Welcome Welcome !!! ৰাইজে দূৰৰ পৰাই দি আছে নমস্কাৰ নমস্কাৰ !!! কাৰণ টেঙা ফল বজাৰত এবাৰ বিক্ৰী কৰিব পাৰি !!! এই দলটোৱে কংগ্ৰেছক সহায় কৰিব !!! মানে কিছুমান ঠাইত কংগ্ৰেছে আজমল আৰু নতুন দলটোক আসন এৰি দিব !!! কিন্তু দুখৰ কথা যে - ৰাইজে দল গঠন নকৰোতেই নাকচ কৰি থৈছে ইহঁতক !!!! বেয়াওঁ লাগে !!! ইতিমধ্যে ৰাইজে এই দলটোক বাংলাদেশীৰ দল বুলি স্বীকৃতি দিলেই !!!