Diku Kalita Hindu's Album: Wall Photos

Photo 1 of 2 in Wall Photos

তুমি সুবাস অসমীৰে
তুমি সুবাস সৃষ্টিৰে,
তুমি প্ৰকাশ মুকুটিৰে
সচাঁ নিভাজ সপোনৰে।
তুমি পোহৰ যোগে যোগে
নানা জাতি, নানা ৰূপে।