Himashree Baishya's Album: Wall Photos

Photo 3 of 3 in Wall Photos

ভাৰতীয় বেদান্ত দৰ্শনৰ পণ্ডিত , ধৰ্ম আৰু দৰ্শনৰ প্ৰজ্ঞাপুৰুষ (যাৰ বাবে তেখেতক স্বামী বোলা হয়) স্বামী বিবেকানন্দ দেৱক মৃত্যু দিৱসত গভীৰ শ্ৰদ্ধাৰে সুৱঁৰিছো।