Kabyashree Kalita's Album: Wall Photos

Photo 1 of 2 in Wall Photos

“মোৰ কবিতাৰ ছন্দ লাগি,
স্পন্দন তোৰ জাগেনে;
কথা মালিকাৰ গন্ধ লাগি,
সোনৰ সপোন ভাগেনে।
____ বিষ্ণু প্ৰসাদ ৰাভা

বিশিষ্ট কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পূণ্য তিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।