tridip talukdar's Album: Wall Photos

Photo 10 of 10 in Wall Photos

ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ বাবে প্ৰাণ বলিদান দিয়া মহান শিক্ষাবিদ, প্ৰখৰ ৰাষ্ট্ৰবাদী বক্তা, জনসংঘৰ প্ৰতিষ্ঠাপক ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী দেৱৰ পুণ্যতিথিত তেখেতলৈ যাছিলোঁ সশ্ৰদ্ধ প্ৰণিপাত।