Sri Jayanta Das's Album: Wall Photos

Photo 1 of 7 in Wall Photos

অসমৰ জাতীয় জীৱনৰ অন্যতম পুৰোধা বহুমুখী প্ৰতিভাৰ মহান শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু বাৰ্ষিকীত তেখেতলৈ যাছিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। জয় আই অসম।