Mridul Barman's Album: Wall Photos

Photo 3 of 7 in Wall Photos

#বলিদানদিৱস
ভাৰতবৰ্ষৰ একতা আৰু অখণ্ডতাৰ হকে নিজৰ জীৱন বলিদান দিয়া,জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি তথা স্বাধীন ভাৰতৰ প্ৰথম বানিজ্য আৰু উদ্যোগ মন্ত্ৰী ড.শ্যামা প্ৰসাদ মূখাৰ্জী দেৱৰ মৃত্যু তিথিত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো ।