Anjanjyoti Baruah অঞ্জনজ্যোতি বৰুৱা's Album: Wall Photos

Photo 3 of 10 in Wall Photos

#একেখন_দেশত
#দুটা_বিধান
#দুটা_প্ৰধান
#দুটা_নিচান
#কেতিয়াও_হব_নিদিও
বুলি উদ্ঘোস দি
হিন্দুস্থানৰ অখণ্ডতাৰ বাবে
প্ৰাণ বলিদান দিয়া..
দেশৰ প্ৰথম বস্ত্ৰমন্ত্ৰী তথা জনসংঘৰ প্ৰতিষ্ঠাপক
#শ্যমাপ্ৰসাদ_মূখাৰ্জী ৰ
বলিদান দিৱসত তেখেতক
শ্ৰদ্ধাৰে স্মৰণ কৰিলো