paritush choudhury's Album: Wall Photos

Photo 13 of 251 in Wall Photos

ৰামদেৱে কৰ'নাৰ ঔষধ উলিয়াইছে বুলি কৈ আছে ।
যদি ঔষধ আছে লকডাউন কি দৰকাৰ ।
মানুহ কৰ'না বেমাৰীতকৈ শূন্য ভৰাল হৈ আগত মৰিব ।
আৰু যদি ৰামদেৱৰ কথাত যুক্তি নাই তেনেহলে এইসময়ত তেখেতে এইবোৰ নোকোৱাই ভাল ।