paritush choudhury's Album: Wall Photos

Photo 72 of 251 in Wall Photos

কাশ্মীৰৰ সপোৰত #CRPF কনভয়ৰ ওপৰত উগ্ৰপন্থী আক্ৰমণ ,
এই আক্ৰমণত মৃত্যু বৰণ কৰে এজন সাধাৰণ মানুহ ।
মানুহ জনৰ নাতিয়ে বুজি নাপায় মৃত্যু কি সেইবাবে নিজৰ ককাদেউতাৰ বুকুত উঠি বহিছে ।
এক বেদনা দায়ক ছবি ।
#Kashmir
#KashmirBleeds