paritush choudhury's Album: Wall Photos

Photo 131 of 251 in Wall Photos

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ (আটাছু) প্ৰাক্তন উপদেষ্টা তথা বি,জে,পিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক অশ্বিনী কুমাৰ চেতিয়া আমাৰ মাজত আৰু নাই ।
বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ ।