paritush choudhury's Album: Wall Photos

Photo 134 of 251 in Wall Photos

মাননীয় মন্ত্ৰী অসম হিমন্ত বিশ্ব শৰ্মাৰ @himantabiswa দুই সন্তান নন্দিল আৰু সুকন্যাই যথাক্ৰমে #ISC আৰু #ICSE পৰীক্ষাৰ দ্বাদশ শ্ৰেণী আৰু দশম শ্ৰেণীত ৯৫.২৫% আৰু ৮৮.৮% লাভ কৰে ।
দুয়োজনৰ উজ্জল ভবিষ্যতৰ কামনা কৰিলোঁ ।