Rabin Das's Album: Wall Photos

Photo 9 of 30 in Wall Photos

পণ্ঠিত চাণক্যই" কৈছিল
অশিক্ষিত ব্যক্তিৰ বাবে সমাজ ধংস নহয়,
শিক্ষিত ব্যক্তিৰ মুৰখামিৰ বাবে সমাজ ব্যৱস্থা
ধংস হয়।
হিন্দু ধৰ্ম, হিন্দু সংস্কৃতি, হিন্দু সমাজ ব্যৱস্থা, হিন্দু মঠ মন্দিৰ, অপমানৰ বাবেই যেন আজি বলিউদৰ জন্ম ৷ হিন্দু ধৰ্মক অপমান নকৰাকৈ যেন কোনো এখন ছবি নিৰ্মাণ কৰা সম্ভৱেই নহয় !
আনহতে বেগম জান নামৰ এই ধাৰাবাহিক খনে স্পষ্টকৈ দেখুৱাই দিলে হাঁহ চোৰ নকৰাকৈ যে অসমীয়াই উৰুকা পালনে কৰিব নোৱাৰে
বাহঃ নটংকি বাহঃ
কিন্তু মুখৰ জুটি লগাবলৈ যে গোহালিৰ গৰু লগতে পথাৰত ঘাহ খাই থকা গৰু চুৰি কৰা নি কুৰৰ্বানি কৰি দিয়া হয় সেয়া কিন্তু দেখুৱাাবলৈ সাহস কিয় নহয় ..?
বাহঃ নটংকি বাহঃ
কিদৰে হিন্দু ধৰ্মীয় লোক সকলক ঠগ প্ৰৱঞ্ছনাৰে ধৰ্ম বিভিচাৰি কৰিব পাৰি তাৰ প্ৰতিযোগিতা নামি পৰি একাংশ সুবিধাবাদী ভন্দই বেপাৰ চলাই আছে বৰ্তমান সময়ৰ টিভি চিৰিয়েল লগতে বহুসংখ্যক নটংকিৰ ফ্লিম বোৰে চালেই যথেষ্ট !
প্ৰেম পিৰিতিৰ ভালোপাৱাৰ ওপৰত নিৰ্মিত হোৱা ছবিবোৰত এতিয়া ল’ৰাটো অনাহিন্দু আৰু ছোৱালীজনী হিন্দু হোৱাটো যেন অাৱশ্যক হৈ পৰিছে
নহলে ভন্দ হতৰ ভন্দামি বেছি দিন নচলে !
তাৰ পাছতো পকেটৰ পইচা খৰচ কৰি এৰাল চিগা গৰু দৰে জপা উপৰা কৰি এই ভন্দ সকলৰ এজেণ্ডা সফল কৰিবলৈ চবি ঘৰলৈ দৌৰ দিও !
অথবা ঘৰৰ টিভিটোৰ ওচৰত বহি এই সকল ভন্দামি নটংকিৰ অভিনয়য় চাই
সিহতৰ সুখত সুখি
সিহতৰ দুখত দুখীহৈ সময় নষ্ট কৰাহে সকলোকে দেখা পাও !
প্ৰেম পিৰিতিৰ লগতে যৌনমতাৰে ভৰপুৰ নটংকি সকলৰ অভিনয় চাই আজিৰ নৱ প্ৰজন্ম কোন দিশে হয়টো নকলেও বুজিব !