Rabin Das's Album: Wall Photos

Photo 10 of 30 in Wall Photos

চেলেং চাদৰ মাটিত পাৰি গচকিব দিয়া
খাৰখোৱা অসমীয়া কিমান আৰু বহিৰাগত অপশক্তিৰ মাৰ খাই ফুৰিবি ?
কিমান আৰু অসমীয়া জীয়ৰি বোৱাৰী লৈ কৰা অভিসন্ধি দেখিও নেদেখাৰ ভাও লৈ থাকিবি ?
লাছিতৰ দেশৰ অসমীয়া বুলি চিনাকি দিও আমি
কেতিয়াবা যদি আপোন ভাইৰ হাতত আন কেতিয়াবা বহিৰাগত অপশক্তিৰ হাতত মাৰ খাই আছো দেখোন আমি ?
চাল্লা আমি অসমীয়াই সকলোকে আদৰি লও বিস্বাস কৰো কিন্তু পৰিনাম পাছত আমিয়েই ভোগিব লগা হয় কিয় ..?
যদি বিস্বাসত কোনোবাই ভাই বনাই লৈছে
সেই বিস্বাসক ভংগ কৰি চাল্লা ভনীয়েকক লৈ পলাই পটং দিছে!
কিমান আৰু সম্প্ৰতিৰ নিদৰ্শনৰ নামত বিদেশীৰ চুৱা চেলেকি থাকিবিও খাৰখোৱা অসমীয়া !
আজি ঘৃনা লাগিব ধৰিছে তহতক!