Abhinav Dutta's Album: Wall Photos

Photo 1 of 1 in Wall Photos

"তুমি সুবাস অসমীৰে
তুমি সুবাস সৃষ্টিৰে"

ৰাভা দিৱসৰ এই পবিত্র ক্ষণত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱক শ্ৰদ্ধাৰে সুৱৰিছোঁ লগতে জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম ।।