Rinku Moni Konwar's Album: Wall Photos

Photo 1 of 2 in Wall Photos

"তুমি সুবাস অসমীৰে!
তুমি সুবাস সৃষ্টিৰে!!
তুমি প্ৰকাশ মুকুতিৰে!
সঁচা নিভাঁজ সপোনৰে!!
তুমি সাহস জীৱনৰে!
মৰণকো জিনিৱলে!!
তুমি পোহৰ যোগে যোগে!
নানা জাতি নানা ৰূপে!!
ৰূপে ৰসে নাচে গানে!
অভিনৱ ক'ত শত চন্দ্ৰে!!
তুমি সুবাস অসমীৰে!
তুমি সুবাস সৃষ্টিৰে!!"

বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আজি এই পবিত্ৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো