Rinku Moni Konwar's Album: Wall Photos

Photo 2 of 2 in Wall Photos

বটদ্ৰৱাৰ সন্মানীয়া বিধায়িকা আঙুৰলতা ডেকা বাইদেউৰ ফেচবুক পেজত অশ্লীল মন্তব্য কৰা অভিনন্দন নাথ নামৰ যুৱক জনক ৰাতিটোৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত নগাঁও আৰক্ষী প্ৰশাসনক আৰু বিশেষ ভাৱে নগাঁও আৰক্ষী অধীক্ষক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

মহিলাৰ প্ৰতি অশালীন মন্তব্য কৰা সকল সমাজৰ শত্ৰু আৰু আমি কামনা কৰোঁ যাতে এই সমাজৰ শত্ৰু বোৰক আইনে উচিত শাস্তি প্ৰদান কৰে৷